Email: jonakijatiobidyalaya@gmail.com
Jonaki Jatio Bidyalaya Logo

জোনাকী জাতীয় বিদ্যালয়

JONAKI JATIO BIDYALAYA | ESTD: 2013 | Borokalia Nashkara, Dhubri, Assam

Notice Board

All Notices

29 August 2026

Morning ClassNEW

Inspector of School DDC, Dhubri cum DEEO, Dhubri জাৰি কৰা Order অনুযায়ী অহা ৩১ আগষ্ট ২০২৬ তাৰিখ সোমবাৰৰ পৰা

বিদ্যালয়ৰ পাঠদান পুৱা ৭ বাজি ৩০ মিনিটৰ পৰা আৰম্ভ হ'ব। Order copy ডাউনল'ড কৰিবলৈ তলৰ Download Button টিপক।

Download
13 August 2026

৮০তম স্বাধীনতা দিৱস উদযাপনNEW

১৫ আগষ্ট তাৰিখত বিদ্যালয়ত বিভিন্ন কাৰ্য্যসূচিৰে স্বাধীনতা দিৱস উদযাপন কৰা হব। কাৰ্য্যসূচীসমূহ-

১। পতাকা উত্তলন- ৰাতিপুৱা ৭.৪৫ বজাত।

২। বিদ্যালয়ৰ বিভিন্ন খেল-ধেমালি (যেনে গীত পৰিবেশন, কুইজ, চিত্ৰাঙ্কণ ইত্যাদি- পুৱা ৯ বজাৰ পৰা আবেলি ২.৩০ বজালৈ

30 July 2026

বিদ্যালয় খোলা হৈছে

১ আগষ্ট ২০২৬ তাৰিখ শনিবাৰৰ পৰা বিদ্যালয়ৰ পাঠদান পুনৰ আৰম্ভ। অভিভাৱকসকলে নিজৰ শিশুক যথা সময়ত বিদ্যালয়লৈ পঠাব।

07 Jun 2026

গৰমৰ বন্ধ

অহা ৮ জুলাই তাৰিখৰ পৰা ৩১ জুলাই তাৰিখলৈ গৰমৰ বন্ধ। ১ আগষ্টৰ পৰা পুনৰ পাঠদান

1 Jan 2026

Admission 2026 ৰ Form জমাৰ শেষ তাৰিখ NEW

২০২৬ শিক্ষাবৰ্ষৰ বাবে নামভৰ্তিৰ Form জমা দিয়াৰ শেষ তাৰিখ 30 August 2026। সকলো Document লগত আনিব।

Download PDF
10 Jun 2026

1st Evaluation ৰ Routine

Class Ankur ৰ পৰা X লৈ পৰীক্ষা 24 Jun ৰ পৰা আৰম্ভ হ’ব। সম্পূৰ্ণ Routine Download কৰক।

Download Routine